বাংলাদেশলৈ গৰু সৰবৰাহৰ চেষ্টা চলাওঁতে আৰক্ষীৰ জালত পৰিল ২ গৰু সৰবৰাহকাৰী

ভাৰত-বাংলাদেশ সীমান্তৰে অব্যাহত আছে গৰুৰ চােৰাং সৰবৰাহ।

এইবাৰ মানকাচৰ দক্ষিণ শালমাৰা জিলাৰ হাটশিঙিমাৰীৰ ভাৰত বাংলাদেশ সীমান্তত গৰু সৰবৰাহৰ চেষ্টা চলাই আৰক্ষীৰ জালত পৰিল ২ গৰু সৰবৰাহকাৰী। লগতে জব্দ হ’ল ৪ টা গৰু।

ধৃত সৰবৰাহকাৰী দুটা ইমান আলী আৰু ৰহিম উদ্দীন মণ্ডল।

ধৃত গৰু সৰবৰাহকাৰী দুটাক খাৰুৱাবান্ধা আৰক্ষীয়ে জেৰা চলাই আছে।

Leave a Comment