নকল টকাসহ আৰক্ষীৰ অভিযানত জব্দ টকা বনোৱা মেচিন, মহিলাসহ ৬ জনক আটক…

নকল টকাসহ আৰক্ষীৰ অভিযানত জব্দ টকা বনোৱা মেচিন।

মঙলদৈত নকল টকা বনোৱা মেচিন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

মঙলদৈৰ লেঙেৰীপাৰাৰ পৰা জব্দ কৰা হৈছে মেচিনসহ নকল টকা।

ঘটনাৰে জড়িত ৩ পুৰুষ আৰু ৩ মহিলাক আটক কৰিছে আৰক্ষীয়ে।

নাৰীদেহ ব্যৱসায়ৰ লগতো জড়িত ধৃতকেইজন।

ধৃত আনোৱাৰ হুছেইন, চাদ্দত হুছেইন, জামান আহমেদ।

ধৃত ৩ মহিলা ৰিজুমা বেগম, জবা দাস, প্ৰিয়া ৰয়।

ধৃত জবা দাস, প্ৰিয়া ৰয়ৰ ঘৰ গুৱাহাটীৰ লখৰাত বুলি জানিব পৰা গৈছে।

Leave a Comment