চাঞ্চল্যকৰ! লকআপৰ খিৰিকী ভাঙি আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন আচামীৰ…

চাঞ্চল্যকৰ! লকআপৰ খিৰিকী ভাঙি আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন আচামীৰ…

September 6, 2022 Off By NEWS DESK

পুনৰ আৰক্ষীৰ জিম্মাৰ পৰা আচামীৰ পলায়নৰ ঘটনা।

এইবাৰ কলিয়াবৰৰ উলুৱনী থানাৰ পৰা পলায়ন কৰ এটা আচামীয়ে।

পলাতক আচামীটো ঢেকীয়াজুলিৰ সাগৰ উজীৰ বুলি জানিব পৰা গৈছে।

সোমবাৰে পুৱা গাঞ্জাসহ আৰক্ষীয়ে আটক হৈছিল সাগৰ উজীৰ।

লকআপৰ খিৰিকী ভাঙি পলায়ন কৰে আচামীটোৱে।

সম্প্ৰতি আচামীটোৰ সন্ধানত আৰক্ষীৰ অব্যাহত ৰাখিছে অভিযান।