বহিঃৰাজ্যৰ লােকক অসমৰ ভুৱা পিআৰচি যােগান ধৰা চক্ৰ উৎখাত

বহিঃৰাজ্যৰ লােকক অসমৰ ভুৱা পিআৰচি যােগান ধৰা চক্ৰ উৎখাত

September 6, 2022 Off By NEWS DESK

মহানগৰীৰ আৰক্ষীৰ জালত ভুৱা পিআৰচি’ৰ চক্ৰ।

৪জনক গ্ৰেপ্তাৰ কৰিলে বশিষ্ঠ আৰক্ষীয়ে।

দীৰ্ঘদিনে ভুৱা পিআৰচি’ৰ ব্যৱসায় চলাই আহিছিল এই চক্ৰটোৱে।

বিশেষকৈ অসমৰ বিভিন্ন চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বহিঃৰাজ্যৰ প্ৰাৰ্থীক ভুৱা PRC যােগান ধৰি আহিছিল এই চক্ৰটােৱে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লােককেইজন হৈছে- বিহাৰৰ নীতিশ কুমাৰ, ৰবিশংকৰ, উত্তৰ প্ৰদেশৰ শ্বাহৰুখ চৈফিক আৰু আলীগড়ৰ শিৱমক গ্ৰেপ্তাৰ।

উল্লেখ্য যে কিছুদিন আগতেই পল্টনবজাৰতো গ্ৰেপ্তাৰ হৈছিল ভুৱা PRC চক্ৰ।