গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ ৭ কেজি অপিয়াম, আটক ২ সৰবৰাহকাৰী…

গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ ৭ কেজি অপিয়াম।

GRPৰ অভিযানত জব্দ কৰা হয় অপিয়ামখিনি।

অপিয়ামখিনিৰ আনুমানিক বজাৰ মূল্য ৭ কোটিৰো অধিক।

ঘটনা সন্দৰ্ভত ২জনক আটক আৰক্ষীৰ।

দুই ধৃত ৰাজস্থানৰ মনিষ কুমাৰ আৰু কল্লাৰাম।

তিনিচুকীয়া-দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰে অপিয়ামখিনি।

তিনিচুকীয়াৰ পৰা কঢ়িয়াই অনা হৈছিল অপিয়ামখিনি।

Leave a Comment