মৰ্মান্তিক! পথাৰলৈ গৰু আনিবলৈ গৈ ব্ৰজপাতত প্ৰাণ গ’ল মহিলাৰ

মৰ্মান্তিক! পথাৰলৈ গৰু আনিবলৈ গৈ ব্ৰজপাতত প্ৰাণ গ’ল মহিলাৰ

September 16, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

পথাৰলৈ গৰু আনিবলৈ গৈ ব্ৰজপাতত প্ৰাণ গ’ল মহিলাৰ।

বোকাজানৰ টিংলিজানৰ দ-হোলা গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

নিহত মহিলাগৰাকী পুতু মেচ বুলি জানিব পৰা গৈছে।

পুতু মেচৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ আৰক্ষীৰ।

এই ঘটনাকলৈ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।