চাঞ্চল্যকৰ! ১৫ ছেপ্তেম্বৰৰ পৰা সন্ধানহীন অষ্টম শ্ৰেণীৰ ছাত্ৰ কৃষ্ণ, পৰিয়ালত হাহাকাৰ…

চাঞ্চল্যকৰ! ১৫ ছেপ্তেম্বৰৰ পৰা সন্ধানহীন অষ্টম শ্ৰেণীৰ ছাত্ৰ কৃষ্ণ, পৰিয়ালত হাহাকাৰ…

September 17, 2022 Off By NEWS DESK

এক চাঞ্চল্যকৰ ঘটনা।

১৫ ছেপ্তেম্বৰৰ পৰা সন্ধানহীন এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ।

মৰাণ হাটখোলাৰ পৰা সন্ধানহীন কৃষ্ণ চাহু নামৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ।

ছাত্ৰজন মৰাণ উচ্চতৰ মহাবিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ তথা স্থায়ী বাসিন্দা কমল চাহু আৰু মৰমী চাহুৰ পুত্ৰ কৃষ্ণ চাহু।

জানিব পৰামতে, ১৫ ছেপ্তেম্বৰৰ দিনা ৰাতিপুৱা ৮.৩০বজাৰ পৰা নিজৰ ঘৰৰ পৰা সন্ধানহীন হৈ আছে।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে মৰাণ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

লগতে কোনো সদাসয় লোকে ছাত্ৰজনৰ সম্ভেদ পালে 84536-54743 নম্বৰত খবৰ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

ইতিমধ্যে আৰক্ষীয়ে ছাত্ৰজনক বিচাৰি অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।