সোমবাৰে ঘোষণা কৰা হ’ব অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল, কেনেকৈ চাব ফলাফল..?

সোমবাৰে ঘোষণা কৰা হ’ব অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল, কেনেকৈ চাব ফলাফল..?

September 17, 2022 Off By NEWS DESK

সোমবাৰ অৰ্থাৎ কাইলৈ ঘোষণা কৰা হ’ব অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল।

নিযুক্তি ব’ৰ্ডৰ ৱেবছাইটত উপলব্ধ হ’ব ফলাফল।

www.slprbassam.in ত উপলব্ধ হ’ব ফলাফল।

অসম আৰক্ষীৰ বিভিন্ন পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা।

ফলাফল ঘোষণাৰ কথা প্ৰকাশ কৰিছে DGP ভাস্কৰজ্যোতি মহন্তই।