আজি পঞ্চদশ বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিম দিন…

আজি পঞ্চদশ বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিম দিন…

September 19, 2022 Off By NEWS DESK

আজি পঞ্চদশ বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিম দিন।

আজি বিধানসভাত চৰকাৰী পক্ষই উত্থাপন কৰিব ১৩খন বিধেয়ক।

প্রশ্নোত্তৰ কালেৰে আৰম্ভ হ’ব সদনৰ কাৰ্যসূচী।

কৃষি, অসম চুক্তি ৰূপায়ণ, সীমান্ত আদি বিষয়ৰ প্রশ্নসমূহৰ উত্তৰ দিব মন্ত্রীয়ে।

অসম আৰক্ষী সংশোধনী আইন পাৰিত কৰাৰ বাবে প্রস্তাৱ কৰিব মুখ্যমন্ত্রীয়ে।