২৩ ছেপ্টেম্বৰত হ’ব অসম আৰক্ষীৰ নিযুক্তি পত্ৰ বিতৰণ…

২৩ ছেপ্টেম্বৰত হ’ব অসম আৰক্ষীৰ নিযুক্তি পত্ৰ বিতৰণ…

September 19, 2022 Off By NEWS DESK

২৩ ছেপ্টেম্বৰত হ’ব আৰক্ষীৰ নিযুক্তি পত্ৰ বিতৰণ।

২২ৰ পৰিৱৰ্তে ২৩ ছেপ্টেম্বৰত বিতৰণ কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ।

পূৰ্বে ২২ ছেপ্টেম্বৰত খানাপাৰাত বিতৰণ কৰাৰ কথা আছিল নিযুক্তি পত্ৰ।

নিযুক্তি পত্ৰ বিতৰণ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছিল DGP-এ।

২২ ছেপ্টেম্বৰৰ পুৱা ৯ বজাত উপস্থিত থাকিবলৈ জাৰি কৰিছিল নিৰ্দেশনা।