চাঞ্চল্যকৰ! মহানগৰীত ৰিক্সা চালকৰ হাতত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ…

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা।

মহানগৰীত অটো চালকৰ হাতত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ।

গুৱাহাটীৰ পল্টনবজাৰৰ পৰা উদ্ধাৰ কৰা হৈছে মাৰণাস্ত্ৰ।

এজন ৰিক্সাৱালাৰ পৰা উদ্ধাৰ হৈছে পাঁচ জাই সজীৱ গুলীসহ এটা পিষ্টল।

আৰক্ষীৰ জালত পৰা ৰিক্সাৱালাজন বিহাৰৰ অজয় কুমাৰ প্ৰসাদ।

পল্টনবজাৰ আৰক্ষীয়ে জালত পেলালে বিহাৰৰ ৰিক্সাচালক অজয় কুমাৰ প্ৰসাদক।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Leave a Comment