ৰাবাৰৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপনৰ চেষ্টা…

যোৰাবাটৰ ১১ মাইলত ভয়ংকৰ অগ্নিকাণ্ড।

ৰাবাৰ প্ৰস্তুত কৰা কাৰখানাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।

বৰ্তমানেও জানিব পৰা নাই জুইৰ সূত্ৰপাত্ৰৰ কাৰণ।

মেঘালয়ৰ কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে কৰিছে জুই নিৰ্বাপনৰ চেষ্টা।

বহু সা-সম্পত্তি ভস্মীভূত হোৱাৰ সন্দেহ প্ৰকাশ।

FacebookTwitterTelegramWhatsAppCopy LinkLinkedInShare