ভয়ংকৰ ঘটনা! বিষাক্ত কাঠফুলা খাই অসুস্থ ৭জনকৈ লোক…

ভয়ংকৰ ঘটনা! বিষাক্ত কাঠফুলা খাই অসুস্থ ৭জনকৈ লোক…

October 17, 2022 Off By NEWS DESK

বিষাক্ত কাঠফুলা খাই অসুস্থ ৭জনকৈ লোক।

হোজাই লংকাৰ জয়সাগৰত সংঘটিত হৈছে এই ঘটনা।

ৰবীন্দ্ৰ মজুমদাৰৰ পৰিয়ালে ভক্ষণ কৰিছিল বিষাক্ত কাঠফুলা।

অসুস্থ লোককেইজনক হোজাইৰ ‘হাম হাস্পতাল’ত ভৰ্তি।

অসুস্থ লোককেইজন বিশ্বজিৎ মজুমদাৰ, ঝৰ্ণা মজুমদাৰ, সুজন মজুমদাৰ।

অসুস্থ সুমিত্ৰা দাস, মামণি মজুমদাৰ, লক্ষী মজুমদাৰ, পায়েল দাস।

কাৰ্বি আংলঙৰ পৰা আলহী হৈ আহিছিল পায়েল আৰু লক্ষী মজুমদাৰ।