ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খালত নামিল বাহন

এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত সোমাল এখন চাৰিচকীয়া বিলাসী বাহন। শিৱসাগৰৰ ডিমৌ থাউৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। জানিব পৰা মতে, মৰাণৰ পৰা ডিমৌ অভিমুখী আছিল এএছ০৪ জেড৩০২২ নম্বৰৰ আই-২০ বাহনখন। দুৰ্ঘটনাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই যদিও বাহনখনৰ কিছু ক্ষতিসাধন হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ খাৱৈৰ … Read more

যুৱতী সন্ধানহীন

নিউজ ডেস্ক। নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৰ ২ নং বৰালিমাৰি গাঁৱত যুৱতী নিৰুদ্দেশৰ ঘটনা। যুৱতীৰ সন্ধান বিচাৰি হাহাকাৰ পৰিয়ালৰ। নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী বৰালিমাৰি গাঁৱৰ পৰা চামীম চুলতানা নামৰ এগৰাকী ১৯ বছৰীয়া যুৱতী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যই সৃষ্টি কৰিছে। যোাৱা ১০ আগষ্টৰ পুৱাৰ ভাগত নিজৰ বাসগৃহৰ পৰা ওলাই গৈ ঘৰলৈ ঘূৰি নহাত যুৱতীগৰাকীৰ পিতৃ ছহিদুল … Read more