মৰ্মান্তিক! পথৰ ওপৰত বিচ্ছিন্ন হৈ পৰা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰত লাগি কৰুণ মৃত্যু গৃহৰক্ষী জােৱান হেমন্ত গগৈৰ
নিউজ ডেস্ক। এক কৰুণ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আঁকােৱালি ল’লে এগৰাকী গৃহৰক্ষী জােৱানে। চৰাইদেউ জিলাৰ সাপেখাতীত সংঘটিত হৈছে এই কৰুণ ঘটনা। জানিব পৰা মতে, দেওবাৰে সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি কৰ্মস্থান বৰহাটলৈ আহি থকা অৱস্থাত সাপেখাতী বৰুৱানগৰ কছাৰীপথাৰত পথৰ ওপৰত পৰি থকা এডাল উচ্চ ক্ষমতা সম্পন্ন বিদ্যুত পৰিবাহী তাঁৰৰ … Read more
