আৰক্ষীৰ বৃহৎ সফলতা! ট্ৰাকৰ গোপন চেম্বাৰত লুকুৱাই অনা ৮.৬ কুইণ্টল গাঞ্জা জব্দ, তিনিজনক আটক
ড্ৰাগছ তথা নিচাজাতীয় সাংগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান। এইবাৰ বোকাজানত আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা। ট্ৰাকৰ গোপন চেম্বাৰত লুকুৱাই অনা অৱস্থাত ৮.৬ কুইণ্টল গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। লগতে তিনি সৰবৰাহকাৰী পৰিছে আৰক্ষীৰ জালত। ধৃত লোক তিনিজন হৈছে- ফিল্টাৰ কলিতা, দীপক মহাতো আৰু ৰাহুল তামাংক। তিনিও সৰবৰাহকাৰী কাৰ্বি আংলঙৰ বৰপথাৰৰ বুলি জানিব … Read more
