প্ৰাকৃতিক পৰিৱেশত পৰম্পৰাগত ঘোঁৰা খেল প্ৰতিযোগিতা, খেল চাবলৈ হাজাৰ-হাজাৰ দৰ্শকৰ ভিৰ…

হাজোৰ পাঠান চৰত অনুষ্ঠিত হয় পৰম্পৰাগত ঘোঁৰা খেল প্ৰতিযোগিতা। তীৰ্থনগৰী হাজোৰ পাঠান চৰত অনুষ্ঠিত কৰা হৈছে পৰম্পৰাগত ঘোঁৰা খেল প্ৰতিযোগিতা। পাঠান চৰ শুকুৰবেৰীয়া বজাৰত অনুষ্ঠিত কৰা এই ঘোঁৰা খেল চাবলৈ ওলাই আহিল হাজাৰ হাজৰ মানুহ। শুকুৰবেৰীয়া বজাৰ কমিটিৰ উদ্যোগত প্ৰাকৃতিক পৰিৱেশৰ মাজত অনুষ্ঠিত কৰা হয় এই ঘোঁৰা খেল প্ৰতিযোগিতা। হাজোৰ টাঙনমাৰী, টাপাবড়ীকে ধৰি বিভিন্ন প্ৰান্তৰ … Read more

হোষ্টেলৰ পৰা প্ৰেমিকাক পলুৱাই নিয়াৰ পথতে ভয়ংকৰ দুৰ্ঘটনা, প্ৰেমিকৰ অৱস্থা সংকটজনক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা। হোষ্টেলৰ পৰা প্ৰেমিকাক পলুৱাই নিয়াৰ পথতে ভয়ংকৰ দুৰ্ঘটনাত পতিত প্ৰেমিকৰ বাইক। বঙাইগাঁৱৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা ২য় খণ্ডত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। জানিব পৰা মতে, বৰপেটা জিলাৰ খৰিচালাৰ জুমিৰকুৰ গাৱঁৰ শ্বহিদুল ইছলাম নামৰ যুৱকজনে নিশা গোলাপাৰাৰ পৰা প্ৰেমিকাক মটৰ চাইকেলৰে পলুৱাই নিয়াৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। গোলাপাৰাৰ পৰা প্ৰেমিকাক … Read more

আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী ৰাহুল আলী, অভিযানত জব্দ নগদ ৫,৭৫,৯০০ টকা…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান। এইবাৰ হাজো আৰক্ষীৰ জালত পৰিছে এগৰাকী ড্ৰাগছ ব্যৱসায়ী। জালুকবাৰীৰ গাড়ীগাঁৱৰ মেধিপাৰাত হাজো আৰক্ষীৰ অভিযান। ৰাহুল আলী নামৰ এটা ড্ৰাগছ মাফিয়াৰ ঘৰত আৰক্ষীৰ অভিযানত জব্দ হৈছে ৫,৭৫,৯০০ নগদ ধন। শুকুৰবাৰে হাজোৰ দামপুৰত ড্ৰাগছ সহিতে আটক হোৱা ফৰিদুৰ ৰহমান নামৰ এটা ড্ৰাগছ ব্যৱসায়ীৰ ভাষ্যৰ ভিত্তিত জালুকবাৰী আৰক্ষীৰ … Read more

মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস, মহিলাৰ বেগ কাঢ়ি নিয়াৰ চেষ্টা বাইকত অহা দুৰ্বৃত্তৰ…

মহানগৰীত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস। মহিলাৰ বেগ কাঢ়ি নিয়াৰ চেষ্টা বাইকত অহা দুৰ্বৃত্তৰ। মহানগৰীৰ বশিষ্ঠৰ বাক্ৰাপাৰা-পিলিংকটা পথত সংঘটিত হৈছে এই ঘটনা। বাইকত অহা দুই দুৰ্বৃত্তই থপিয়াইছিল মহিলাগৰাকীৰ বেগ। ভুক্তভোগী মহিলাগৰাকীৰ নাম নুংছি তম্বী দেৱী। ইপিনে ঘটনাস্থলীতে বাইক এৰি পলায়ন কৰে দুই দুৰ্বৃত্ত। ইয়াৰ পিছতে বশিষ্ঠ আৰক্ষী উপস্থিত হৈ বাইকখন জব্দ কৰি আৰম্ভ কৰিছে তদন্ত। … Read more

আজি পঞ্চদশ বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিম দিন…

আজি পঞ্চদশ বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিম দিন। আজি বিধানসভাত চৰকাৰী পক্ষই উত্থাপন কৰিব ১৩খন বিধেয়ক। প্রশ্নোত্তৰ কালেৰে আৰম্ভ হ’ব সদনৰ কাৰ্যসূচী। কৃষি, অসম চুক্তি ৰূপায়ণ, সীমান্ত আদি বিষয়ৰ প্রশ্নসমূহৰ উত্তৰ দিব মন্ত্রীয়ে। অসম আৰক্ষী সংশোধনী আইন পাৰিত কৰাৰ বাবে প্রস্তাৱ কৰিব মুখ্যমন্ত্রীয়ে।

চাঞ্চল্যকৰ! মহানগৰীত ৰিক্সা চালকৰ হাতত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ…

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা। মহানগৰীত অটো চালকৰ হাতত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ। গুৱাহাটীৰ পল্টনবজাৰৰ পৰা উদ্ধাৰ কৰা হৈছে মাৰণাস্ত্ৰ। এজন ৰিক্সাৱালাৰ পৰা উদ্ধাৰ হৈছে পাঁচ জাই সজীৱ গুলীসহ এটা পিষ্টল। আৰক্ষীৰ জালত পৰা ৰিক্সাৱালাজন বিহাৰৰ অজয় কুমাৰ প্ৰসাদ। পল্টনবজাৰ আৰক্ষীয়ে জালত পেলালে বিহাৰৰ ৰিক্সাচালক অজয় কুমাৰ প্ৰসাদক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ভিতৰত উদ্ধাৰ বুজন পৰিমাণৰ ড্ৰাগছ, ৪.৫ কোটি টকা মূল্যৰ ড্রাগছ জব্দ

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান। ড্ৰাগছ বিৰুদ্ধে বৃহৎ সফলতা কৰিমগঞ্জ আৰক্ষীৰ। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ভিতৰত উদ্ধাৰ বুজন পৰিমাণৰ ড্ৰাগছ। কৰিমগঞ্জত আৰক্ষীৰ অভিযানত জব্দ ৪.৫ কোটি টকাৰ ড্রাগছ। পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত কাবাৰিবন্দত জব্দ হৈছে বুজন পৰিমাণৰ ড্ৰাগছখিনি। গাঁওৰ জামিল আহমেদ নামৰ ব্যক্তিৰ ঘৰৰ চোতালত থোৱা চিলিণ্ডাৰ ভিতৰত আছিল ড্ৰাগছখিনি। আৰক্ষীৰ … Read more

সোমবাৰে ঘোষণা কৰা হ’ব অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল, কেনেকৈ চাব ফলাফল..?

সোমবাৰ অৰ্থাৎ কাইলৈ ঘোষণা কৰা হ’ব অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। নিযুক্তি ব’ৰ্ডৰ ৱেবছাইটত উপলব্ধ হ’ব ফলাফল। www.slprbassam.in ত উপলব্ধ হ’ব ফলাফল। অসম আৰক্ষীৰ বিভিন্ন পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা। ফলাফল ঘোষণাৰ কথা প্ৰকাশ কৰিছে DGP ভাস্কৰজ্যোতি মহন্তই।

অসম আৰক্ষীৰ জালত ১৭ জনকৈ বাংলাদেশী নাগৰিক

পুনৰ অসম আৰক্ষীৰ জালত পৰিছে ১৭ জনকৈ বাংলাদেশী নাগৰিক। বিশ্বনাথত আৰক্ষীয়ে আটক কৰিছে ১৭জন বাংলাদেশী নাগৰিকক। জিনজীয়া আৰক্ষীয়ে আটক কৰিছে বাংলাদেশী কেইটাক। জিনজীয়া আৰক্ষীয়ে অভিযান চলায় বাঘমাৰীৰ ব্রহ্মপুত্রৰ চৰৰ পৰা আটক কৰিছে বাংলাদেশী কেইজনক। বাংলাদেশীৰ দলটোৱে দিল্লী, আজমেৰ শ্বৰিফ আদি ধৰ্মীয় স্থানলৈও গৈছিল বুলি জানিব পৰা গৈছে। লগতে বিভিন্ন ঠাইত ধৰ্মীয় সভা পতাৰ অভিযোগ বাংলাদেশীকেইটাৰ … Read more

চাঞ্চল্যকৰ! ১৫ ছেপ্তেম্বৰৰ পৰা সন্ধানহীন অষ্টম শ্ৰেণীৰ ছাত্ৰ কৃষ্ণ, পৰিয়ালত হাহাকাৰ…

এক চাঞ্চল্যকৰ ঘটনা। ১৫ ছেপ্তেম্বৰৰ পৰা সন্ধানহীন এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ। মৰাণ হাটখোলাৰ পৰা সন্ধানহীন কৃষ্ণ চাহু নামৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ। ছাত্ৰজন মৰাণ উচ্চতৰ মহাবিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ তথা স্থায়ী বাসিন্দা কমল চাহু আৰু মৰমী চাহুৰ পুত্ৰ কৃষ্ণ চাহু। জানিব পৰামতে, ১৫ ছেপ্তেম্বৰৰ দিনা ৰাতিপুৱা ৮.৩০বজাৰ পৰা নিজৰ ঘৰৰ পৰা সন্ধানহীন হৈ আছে। ঘটনা … Read more