নামনি সোৱণশিৰি প্ৰকল্পত অঘটন, ক্ষতিগ্ৰস্ত ২ নং টানেলৰ ওপৰৰ অংশ…
নামনি সোৱণশিৰি প্ৰকল্পত পুনৰ অঘটন। হঠাৎ খহি পৰিল পাহাৰৰ মাটি। পাহাৰৰ মাটি খহি পৰাৰ ফলত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ। খহি পৰিল ভিউ পইণ্টলৈ যোৱা একাংশ, ক্ষতিগ্ৰস্ত ২ নং টানেলৰ ওপৰৰ অংশ। দুই নম্বৰ টানেলৰ ওপৰৰ পথ ভাঙি সোমাই গ’ল টানেলত। মূল বান্ধ নিৰ্মাণৰ বাবে এই টানেলেৰে বান্ধত পানীভাগ বোৱাই দিয়া হয়৷ বান্ধৰ সুৰক্ষাৰ ক্ষেত্রত সৃষ্টি … Read more