সশস্ত্ৰ সীমা বাহিনীৰ কাৰ্যালয়ত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু গােপালৰ
নিউজ ডেস্ক। ঠিকাদাৰৰ অধীনত বিদ্যুৎ মেৰামতিৰ কাম কৰিবলৈ গৈ প্ৰাণ গ’ল এজন অসমীয়া যুৱকৰ। তেজপুৰ স্থিত সশস্ত্ৰ সীমা বাহিনী চমুকৈ এছএছবিৰ কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা। এজন যুৱকৰ এনে অকাল মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়াল তথা স্থানীয় লােকে। জানিব পৰামতে, দিগন্ত সেন গুপ্ত নামৰ এজন ঠিকাদাৰৰ নিৰ্দেশনত এই কাৰ্যালয়ত বিদ্যুতৰ মেৰামতিৰ কাম কৰিবলৈ গৈছিল … Read more