ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল ALTO K10 বাহন…

ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল ALTO K10 বাহন…

September 5, 2022 Off By NEWS DESK

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল ALTO K10 বাহন।

জুৰীয়াত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই জুৰীয়াৰ নগাবন্দাৰ এটা দ খাৱৈত পৰিল ALTO K10 বাহনখন।

কথমপি প্ৰাণ ৰক্ষা চালকসহ বাহন খনত থকা যাত্ৰীৰ।

অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন খন উদ্ধাৰ কৰে।