ভয়ংকৰ অগ্নিকাণ্ড! ব্যৱসায়িক প্ৰতিষ্ঠানত দুৰ্বৃত্তৰ অগ্নিসংযোগ কৰাৰ সন্দেহ, বিস্তৰ ক্ষতিসাধন…

শিৱসাগৰত নিশা ভয়ংকৰ অগ্নিকাণ্ড।

হালোৱাটিং থানাৰ সমীপৰ এখন হোটেলত এই অগ্নিকাণ্ড।

এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত।

অগ্নিকাণ্ডত ভস্মীভূত ডেৰ লক্ষাধিক টকাৰ সা-সম্পত্তি।

কোনো দুৰ্বৃত্তই প্ৰতিষ্ঠানখনত অগ্নিসংযোগ কৰাৰ সন্দেহ।

অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপণ।

Leave a Comment