শোকাৱহ! শিক্ষক দিৱসৰ দিনাই শিক্ষকে শেষ কৰিলে নিজৰ জীৱন…
শিক্ষক দিৱসৰ দিনাই ৰাজ্যত সংঘটিত হ’ল এক অপ্ৰত্যাশিত ঘটনা। শিক্ষক দিৱসৰ দিনাই আত্মহত্যা দৰে চূড়ান্ত সিদ্ধান্ত ল’লে এগৰাকী শিক্ষকে। গোগামুখৰ বৰদলনিত ৰাজেন বণিয়া নামৰ শিক্ষক গৰাকীয়ে লয় আত্মহত্যাৰ দৰে চূড়ান্ত সিদ্ধান্ত । দীৰ্ঘদিন ধৰি বিনা বেতনে শিক্ষকতা কৰি অহা ৰাজেন বণিয়াই অৱশেষত ল’বলৈ বাধ্য হয় এই সিদ্ধান্ত। ৫০৩ নং আউনীআটি কৈৱৰ্ত নিম্ন বিনিয়াদী বিদ্যালয়ৰ সহকাৰী … Read more
