চাঞ্চল্যকৰ! মাতৃৰ চিকিৎসা চলি থকা সময়তে হাস্পতালৰ পৰা অন্তৰ্ধান দুটি শিশু, বিক্ৰীৰ অভিযোগ…
নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মাতৃৰ চিকিৎসা চলি থকা সময়তে হাস্পতালৰ পৰা অন্তৰ্ধান দুটি শিশু। জানিব পৰা মতে, চিকিৎসালয়খনত ভৰ্তি হৈ আছিল মাতৃ কৰুণা। অগ্নিদগ্ধ হৈ শল্য চিকিৎসা বিভাগত চলি আছিল মাতৃৰ চিকিৎসা। কিন্তু ৰহস্যজনকভাৱে চিকিৎসালয়খনৰ পৰা সন্ধানহীন হৈ পৰে মহিলাগৰাকীৰ দুই সন্তান। ইয়াৰ মাজতে সোমবাৰে নিশা চিকিৎসালয়খনত অতি দুৰ্ভাগ্যজনকভাৱে … Read more