অতি শোকাৱহ! বিদ্যুৎস্পৃষ্ট হৈ পিতৃ-মাতৃ আৰু সন্তানসহ ৪ জনৰ মৃত্যু…
এক অতি শোকাৱহ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ পিতৃ-মাতৃ আৰু সন্তানসহ ৪ জনৰ মৃত্যু। হাইলাকান্দিৰ বিলাইপুৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। বিদ্যুতৰ চিঙা তাঁৰত লাগি মৃত্যু হয় আটাইকেইজনৰে। নিহত সকলৰ ভিতৰত আছে এটি ৪ বছৰীয়া শিশু। মৃত শিশুটিৰ নাম ৰাজিবুল হুছেইন শ্বেইখ। আনহাতে পিতৃ ছুফিয়ান হুছেইন আৰু মাতৃ হুছনাৰা বেগমৰো বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়। আনহাতে জাহিদ হুছেইন … Read more