দুঃখবৰ! উত্তৰাখণ্ডৰ হিমস্খলনস্থলীত উদ্ধাৰ অসম কন্যা দীপশিখাৰ মৃতদেহ, মৰণোত্তৰ পৰীক্ষাৰ অন্তত অনা হ’ব স্বগৃহলৈ…
নিউজ ডেস্ক। পৰ্বতাৰোহণ কৰিবলৈ গৈ উত্তৰকাশীৰ পৰ্বত শৃংগত সন্ধানহীন হৈ পৰা অসম কন্যা দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ। প্ৰচণ্ড হিমস্খলনত সন্ধানহীন হোৱাৰ ৪ দিন পিছত অৱশেষত উদ্ধাৰ অসমৰ পৰ্বতাৰোহীগৰাকীৰ মৃতদেহ। দীপশিখাৰ লগতে একেলগে উদ্ধাৰ কৰা হৈছে আন জন সতীৰ্থৰো মৃতদেহ। এতিয়ালৈকে হিমস্খলনস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে ২৬ জনৰ মৃতদেহ। কিন্তু এতিয়াও সম্ভেদ পোৱা নাই আন ৩ … Read more
