চাঞ্চল্যকৰ! বন্ধুৰ জন্মদিনলৈ গৈ সন্ধানহীন দশম শ্ৰেণীৰ ছাত্ৰ হিমাংশু, নৈৰ পাৰত উদ্ধাৰ চাইকেল…
এক চাঞ্চল্যকৰ ঘটনা। বন্ধুৰ জন্মদিন খাবলৈ গৈ সন্ধানহীন এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰ। তিতাবৰৰ চৰাইপানীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ছাত্ৰজন তিতাবৰ চৰাইপানীৰ হিমাংশু গগৈ বুলি জানিব পৰা গৈছে। শ্ৰীশ্ৰীকমলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল সন্ধানহীন হিমাংশু গগৈ। ছাত্ৰজন শুকুৰবাৰৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে … Read more
