চাঞ্চল্যকৰ! কেইবাদিন ধৰি সন্ধানহীন এগৰাকী বোৱাৰী, পৰিয়ালত হাহাকাৰ
এক চাঞ্চল্যকৰ ঘটনা। কেইবাদিন ধৰি সন্ধানহীন এগৰাকী বোৱাৰী। চামগুৰি পশ্চিম শালপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে, তিনিদিন ধৰি সন্ধানহীন হৈ আছে পশ্চিম শালপাৰাৰ চজিনা বেগম নামৰ এগৰাকী বোৱাৰী। পশ্চিম শালপাৰাস্থিত স্বামীগৃহৰ পৰা নিৰুদ্দিষ্ট হৈ আছে মহিলাগৰাকী। স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছৰে পৰাই চজিনা বেগম নামৰ মহিলাগৰাকী সন্ধানহীন হৈ আছে বুলি পৰিয়ালৰ লোকে … Read more
